প্ৰকৃত যীশু গীৰ্জা
From Wikipedia
প্ৰকৃত যীশু গীৰ্জা (The True Jesus Church) ১৯১৭ চনত চীনদেশত প্ৰতিস্থা হোৱা এটি স্বাধীন প্ৰতেষ্টান্ত গীৰ্জা। এই গীৰ্জাৰ শাখা বিশ্বৰ ৪৫ খন দেশত আছে। ১৯৩৭ চনত ইয়াৰ শাখা ভাৰতত প্ৰতিস্থা কৰা হয়। ইয়াৰ উদ্দেশ্য হ'ল যীশুৰ দ্বিতীয় আগমনৰ পূৰ্বে মহুন বাণীসমুহ প্ৰচাৰ কৰা।
এই গীৰ্জাৰ প্ৰধান দহটি বিশ্বাস হ'ল -
- শৰণ
- পবিত্ৰ ভোজন
- পদ পক্ষালন
- পবিত্ৰ বাইবেল
- উদ্ধাৰ
- পবিত্ৰ আত্মা
- প্ৰাৰ্থণা দিৱস
- যীশু খ্ৰীষ্ট
- গীৰ্জা
- চুড়ান্ত বিচাৰ